꧁🇵𝚛𝚊𝚜𝚊𝚗𝚝𝚊꧂
1K views • 20 days ago
"তুলসীৰ তলে তলে মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে..."
সকলোলৈকে বাপতিসাহোন কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কাতি বিহুৰ আকাশ বন্তিৰ পোহৰেৰে উজলি উঠক অসমৰ সমাজ জীৱন, সোণোৱালী হৈ উঠক কৃষকৰ আপোন পথাৰ।
#✨কাতি বিহু শুভেচ্ছা✨ #কাতি বিহু (কঙালী) #🖼ফটো স্টেটাছ #🙏 আমাৰ সংস্কৃতি আৰু পৰম্পৰা #📱 মোৰ প্ৰিয় ষ্টেটাছ
12 shares

