#🤪 বদমাচি
🤪 বদমাচি - ৯ v v Joke ' s vvv । নগেন : Hello পুলিচ থানাত লাগিছেনে বাৰু . . . . ? পুলিচ : Yes . . . ! 65583 নগেন : কালি আমাৰ ঘৰত চুৰি হৈ গৈছে ' পুলিচ : How . . . ? ( কেনেকৈ . ) । ( নগেনেও ইংৰাজীতে ক ' লে . . . ) । ' : - কাটিং দা বাঁহৰ বেৰা ঢুকিং দা চুৰ , । টেকিং দা মালপত্র গােয়িং ইন দি ডােৰ . . . fo : What is bahor bera . . . ? ? নগেন : Some বেমবু ষ্টিক খাৰা খাৰা , আদাৰ বেমবু ষ্টিক ফেৰা ফেৰা , ' ঘেট মাজেদি পেৰাক মাৰা . . ইট ইজ বাঁহৰ বেৰা . . . . ! ভভভ ( পুলিচ লগে লগে বেহুচ্ . . ) J . Boruah . . - ShareChat
15k চাওক
1 মাহৰ আগতে
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
কপি লিংক
ডিলিট
Embed
মই এই পোষ্টটো ৰিপৰ্ট কৰিব বিচাৰো কাৰণএইপোষ্টটো...
Embed Post