কৌতুক - এহাল হিন্দু পতি - পত্নী গাড়ীৰে । গৈ আছিল - - হঠাতে কেইজনমান আতংকবাদীয়ে তেওঁলােকক বাট ভেটি ধৰিলে ! দ্ৰাইভাৰ ৰূপী পতিৰ । মূৰত বন্দুক টোৱাই এজন সন্ত্রাস । - বাদীয়ে সুধিলে - তােমাৰ জাত কি - ? পতিয়ে উত্তৰ দিলে - মুছলমান । ' তেতিয়াহলে কোৰাণৰ কোনাে । আয়ত মাতি শুনােৱা - - সন্ত্রাসবাদী । জনে কলে - - হিন্দু পতি জনে আয়ত শুনালে - - আতংকবাদীয়ে তেওঁলােকক যাবলৈ দিলে - - - কিছুদুৰ যােৱাৰ পিছত হিন্দু পত্নী । গৰাকীয়ে পতিক সুধিলে - তুমিটো গীতাৰ কোনাে পংক্তিহে মাতিছিলা - তথাপি তেওঁলােকে আমাক কিয় এৰি দিলে - - ? । পতিয়ে কলে - যদি তেওলােকে কোৰাণ পঢ়িলেহেতেন , তেন্তে । ' তেওঁলােকে সন্ত্রাসবাদী নহলেই ' হেতেন ! ! H ও - ShareChat
2.3k views
2 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post