🤣 কৌতুক - স্বামীলৈ পত্নীৰ ফোন - হেল্ল তুমি কত আছা - - ? পতি - মই মানে - হে ৰি ইয়াতে । মানে তােমাৰ মনত আছেনে - ? যােৱাবাৰ দেৱালীত আমি এখন । জুৱেলাৰী দোকানলৈ আহিছিলাে । তাতে তুমি এডাল হাৰ পচন্দ । কৰিছিলা - - পত্নী - অ মনত পৰিছে - - পতি - সেই সময়ত মােৰ লগত পইচা নাছিল - - পত্নী - স্ফুর্তি মনে অ অ মনত । আছে - - পতি - আৰু তেতিয়া মই কৈছিলাে হাৰ ডাল পিছত লৈ দিম বুলি - - পত্নী - একপ্রকাৰ আনন্দত আত্ম - হাৰা হৈ - হয় হয় বহুত ভালদৰে । মনত আছে - - পতি - মই সেই দোকানখনৰ সন্মুখৰ দোকান খনত চুলি কাটি আছাে - | | - ShareChat
957 views
1 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post