বিহু আহিল...বিহু অসমীয়া সংস্কৃতিৰ প্ৰাণ।বিহুৰ আবেগিক সম্পৰ্কক অসমীয়াই জীৱন থাকে মানে কেতিয়াও পাহৰিব নোৱাৰে। অষ্ট্ৰিক আৰু মংগোলীয় সকলে কৰা আৰ্য্য সভ্যতাৰ প্ৰভাব পৰি বিৱৰ্তনৰ মাজেৰেই পথাৰৰ বিহু মঞ্চলৈ আহিল।পৰিবৰ্তনৰ যুগত বিহু জানিলেওঁ বিহুত ব্যৱহাৰ হোৱা বাদ্য যন্ত্ৰ বা লোকসংস্কৃতি ব্যৱহাৰ হোৱা বস্তুবিলাকৰ নাম ক্ৰমান্বয়ে পাহৰি গৈছে।বিহু মঞ্চত কুইজ প্ৰতিযোগিতাত আচলতে বিহুৰ বিষয়ে বা লোকসংস্কৃতি ব্যৱহাৰ হোৱা বস্তুবিলাকৰ কথা আলোচনা কৰিলে হয়তো নতুন প্ৰজন্মই শিকিব পাৰিব।
তথ্য - ShareChat
6.3k views
10 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post