পত্নীয়ে বমি কৰা দেখি পতিয়ে সুধিলে, কি হ'ল?? কিবা বেয়া বস্তু খালা নিকি, বমি হৈছে যে? পত্নী: লাহেকৈ কওক হে, কোনোবাই শুনিব, মই মাক হ'বলৈ ওলাইছো, সেই কাৰণেহে বমি হৈছে ৷ ৰাতি পতিয়ে টেঁটুগুৰিলৈকে মদ খাই আহি, ঘৰৰ মজিয়াতে ওক ওকাই দিলে নহয় বমি কৰি ৷ তাকে দেখি পত্নীয়ে খঙত একো নাই হৈ সুধিলে, এইবোৰ কি কৰিছা হা, কি খাই আহিছা হাঁ, কি খাই আহিছা ৷ পতি ধলং ধপংকৈ থিয় হৈ: মনে মনে কোৱা হে, কোনোবাই শুনিব, মই বাপেক হ'বলে ওলাইছো, সেই কাৰণেহে বমি হৈছে ৷৷৷৷কোনোবাই গম পালে লাজ নেপাম জানো?? ।😢😢😢😢😢😢😢😢কৃষ্ণ হে বুলিলো।।।।।।
7.1k views
11 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post