#🥰📝 প্ৰেমৰ কবিতা 😔😔
🥰📝 প্ৰেমৰ কবিতা - বৰষুণ তােক লৈ নিলিখাে কবিতা , বৰষুণ নানিবি আৰু প্ৰেমৰ বতৰা . . পাৰ । যদি বােৱাই আনিবি দূৰণিবটীয়াজনৰ খবৰ . . তােক দেখিলে মােৰ দৰে সিও । ' হয়নে উদ্বাউল . . এইবাৰ আহিলে জনাবি মােক . . . । ঐ শুনিছনে , এইবাৰ লগতে সুযােগ অকণ আনিবিচোন . . শেষ । সাক্ষাৎকাৰৰ . . কথাবােৰ আধৰুৱা হৈ থাকিল অ ' . আধাছিঙা কথাবােৰ জোৰাব লাগিব . . নহলে যে সি মােক বেয়া পাই থাকিব . . . । অ ' বৰষুণ এইবাৰ তই আহিলেই কান্দিম মই . . চকুপানীবােৰ পাৰিলে বােৱাই । নিবি তালৈ . . সুধিবিচোন ভুলক্রমে কেতিয়াবা মনত পৰেনে মােলৈ . . অবুজ অকৰা সি . খবৰ যদি লই মােৰ , ভালেই আছাে বুলি কবি . * May 05 , 2019 , 01 : 11 AM - ShareChat
540 চাওক
2 মাহৰ আগতে
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
কপি লিংক
ডিলিট
Embed
মই এই পোষ্টটো ৰিপৰ্ট কৰিব বিচাৰো কাৰণএইপোষ্টটো...
Embed Post