শিশুৰ মাজতেই নিহিত হৈ থাকে অপাৰ সম্ভাৱনা, যিয়ে গঢ়ে ভৱিষ্যতৰ এখন শক্তিশালী সমাজ। শিশু দিৱস উপলক্ষে দেশৰ ভৱিষ্যত প্ৰতিগৰাকী শিশুলৈ যাচিলো উমাল ওলগ। পঢ়া-শুনা, খেল-ধেমালিকে ধৰি অন্যান্য প্ৰতিভাসমূহেৰে উজলি উঠক শিশুসকল আৰু উজলাই তোলক দেশৰ নাম।
🧒🏼 শিশু দিৱস - জুতা | my . চৰকাৰ GOJ শিশু দিৱসৰ ওলগ ১৪ নৱেম্বৰ আমাকো খেলিব দিয়া , আমাকো পঢ়িৰ দিয়া , নিজহাতে পৃথিবীখন সাজিৰ দিয়া আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ । শিশুৰ অধিকাৰ ৰক্ষা কৰাটো সকলােৰে এক নৈতিক দায়িত্ব । পঞ্জীয়ন কৰক assam . mygov . in / mygovassam - ShareChat
1.1k চাওক
2 মাহৰ আগতে
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
কপি লিংক
ডিলিট
Embed
মই এই পোষ্টটো ৰিপৰ্ট কৰিব বিচাৰো কাৰণএইপোষ্টটো...
Embed Post