Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

প্ৰেমৰ কবিতা

. . . . অকল-শৰীয়া মই. . . মোৰো মন যাই. . . কাৰোবাক ভাল পাওঁ বোলি কবলৈ. . কিন্তু নোৱাৰো. . . মোৰো মন যাই. . . কাৰোবাক হিয়াত সাৱতি লবলৈ,,, কিন্তু নোৱাৰো. . . মোৰো মন যাই. . . মোৰ ভাল পোৱাক লৈ গৌৰব কৰিবলৈ,,, কিন্তু নোৱাৰো. . . মোৰো মন যাই. . . কাৰোবাক হিয়া ভৰা মৰম দিবলৈ,,, কিন্তু নোৱাৰো. . . মোৰো মন যাই. . . হিদয়ৰ প্ৰতিতো কোণত কাৰোবাৰ নাম লিখিব,,, কিন্তু নোৱাৰো. . . মোৰো মন যাই. . . কাৰোবাৰ গোলপীয়া দুগালত মৰমে চুমা আকীব,,, কিন্তু নোৱাৰো. . . মন যাই মোৰ. . . কাৰোবাৰ উকা কপালত সেন্দুৰৰ ৰঙা ৰঙ সানিব,,,, কিন্তু নোৱাৰো. . . কিয়নো মোৰ জীৱনত সেই অধীকাৰ নাই. . . জীৱন লগৰী বোলিবৰ কোনো নাই মোৰ. . . মই সঁচাকৈ অকল-শৰীয়া. . . .
4.8k views
7 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post