Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

কৌতুক

তিনিজন বন্ধু মৃত্যুৰ পিছত স্বৰ্গলৈ গল । স্বৰ্গৰ দ্বাৰপালে তেওঁলোকক সুধিলে পৃথিৱীত থাকোতে তোমালোকৰ প্ৰেমিকা কিমান আছিল । প্ৰথম বন্ধু : মোৰ ৪০ গৰাকী আছিল । দ্বাৰপাল : তোমাক স্বৰ্গ চাবৰ বাবে এখন চাইকেল দিলোঁ । দ্বিতীয় বন্ধু : মোৰ ১০ গৰাকী প্ৰেমিকা আছিল । দ্বাৰপাল : তোমাক স্বৰ্গ চাবলৈ এইখন স্কুটাৰ দিলো । তৃতীয় বন্ধু : মই কেবল মোৰ পত্নীৰ লগতে প্ৰেম কৰিছিলো । দ্বাৰপাল : তোমাক স্বৰ্গ চাবৰ বাবে এইখন গাড়ী দিলো । কেইদিনমানৰ পিছত তৃতীয় বন্ধু মন মাৰি থকা দেখি বাকী দুজন বন্ধুৱে সুধিলে ,তুমি স্বৰ্গত গাড়ী পাইছা ,তথাপি মন মাৰি আছা কিয় ?? তৃতীয় বন্ধু : নহয় হে ,কালি দেখিলো মোৰ পত্নীয়ে স্বৰ্গত চাইকেল চলাই আছে ।।
3.9k views
7 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post