Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

বিচাৰ

__________________________ যেতিয়া সৰু আছিলো , যৌৱন এটা সপোন আছিল ... যেতিয়া যৌৱনত ভৰি দিলো , লৰালি কাল বহু দূৰৈত থাকিল ... !! _________________________ যেতিয়া ঘৰত আছিলো , স্বাধীনতা ভাল লাগিছিল ... আজি স্বাধীন হয় , কিন্তু সোনকালে ঘৰলৈ যাব বিচাৰো ... !! ____________________________ কেতিয়াবা হোটেলৰ পিজা ,বাৰ্গাৰ খাবলৈ ভাল পাইছিলো .... আজি ঘৰলৈ আহি ভাত খাবলৈ ভাল পাওঁ বেছিকৈ ... !!! ____________________________ স্কুলত যাৰ লগত কাজিয়া কৰিছিলো , আজি ইন্টাৰনেটত সিহঁতক বিচাৰি ফুৰোঁ ... !! ____________________________ সুখ কাক কৈ এতিয়া ভালকৈ বুজি পালো ... সৰু কাল কাক কৈ এতিয়াহে অনুভৱ কৰিব পাৰিছোঁ !!... ____________________________ যদি জীৱনৰ কিছু বছৰ সলনি কৰিব পাৰিলো হয় .. যদি জীৱনটো আকৌ এবাৰ আৰম্ভণি কৰিব পাৰিলো হয়...!! ____________________________ 👘 যেতিয়া আমি নিজৰ চাৰ্টৰ ভিতৰতে হাত দুখন লুকুৱাই বেলেগক কৈ ফুৰিছিলো চোৱা যাদু কৰি হাত নাইকিয়া কৰিলো |🌀🌀 👻 যেতিয়া আমি দুৱাৰৰ পাছত লুকাই কাৰোবাক ভয় খুৱাইছিলো ..।👥 ____________________________ 👀 যেতিয়া চকু বন্ধ কৰি অভিনয় কৰিছিলো যাতে কোনোবাই আমাক বিচনাত ডাঙি নি শুৱাই দিয়ে । ____________________________ 🚲 ভাবিছিলো চন্দ্ৰটো কিয় আমাৰ চাইকেলৰ পাছে পাছে আহিছিল |🌙🚲 ____________________________ 🍏🍎🍉🍑🍈 ফলৰ গুটি এই কাৰণে নাখাওঁ যাতে পেটত গছ নগজে । ____________________________ 🍰🎂🍧🏆🎉🎁 জন্ম দিন এই কাৰণে পালন কৰো যাতে বহুত উপহাৰ পাওঁ । 🎭 সচা কথা , সৰুতে ভাবিছিলো ডাঙৰ কিয় নহও? আৰু এতিয়া ভাবো ডাঙৰ কিয় হলো ?⚡⚡
7.2k views
7 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post