Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

কৌতুক

#পত্নী_বনাম_পতি #পতি :- কালি ওলাবা' জিমলৈ জাম । #পত্নী :- তুমি কি কব বিচাৰিছা !!!! মই শকত হৈ গলো ??? #পতি :- মই তেনেকৈ কেতিয়ানোঁ কলো !!! যাবলৈ ইচ্ছা যোৱা নাই যদি নেলাগে । #পত্নী :- তাৰ মানে মই এলেহুৱা !! #পতি :- তুমি মিছাকৈ কিয় খং খাইছানোঁ ?? #পত্নী :- মই মানে ' এতিয়া দন্দুৰিও হলো !! মইহে তোমাৰ লগত কাজিয়া কৰোঁ !!! #পতি :- ধেত তেৰিকা মই তোমাক দন্দুৰি বুলি কেতিয়া কলো হে !! #পত্নী :- এতিয়া মই মিছলীয়া হলো !! #পতি :- হব হব দিয়া #মইও_নাযাও হ’ল নে !! #পত্নী :- মই আগতেই জানো ' মোক লগত নিয়া ইচ্ছা অাপোনাৰ নাই !! আপোনাক চিনি পাবলৈ মোৰ বাকী নাই ! মোক লৈ অাপোনাৰ বহুত অসুবিধা হৈছে ন ! মই কালিয়েই মাৰ ঘৰলৈ যাম !! গিৰিয়েকে গোটেই নিশা ভাৱি অাছে ' #চাল্লা_মোৰ_ভুল_কত_হৈ_গল_ওহ !!!
6.9k views
8 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post