Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

কৌতুক

বিভিন্ন ধৰণৰ চৰাই বিক্ৰী কৰা এখন দোকানত এটা ভাটৌ বিক্ৰীৰ বাবে ৰখা হৈছিল, ভাটৌতোৰ মুখৰ কথা বতৰা বহুতেই বেয়া আছিল 😉 . এদিন ভাটৌতোক কিনিবৰ বাবে দোকানখনলৈ এগৰাকী যুৱতী আহিল, ভাটৌতোক যুৱতী গৰাকীয়ে সুধিলে___ "মোক দেখাত কেনে লাগিছে" 😍 . ভাটৌ - স্বভাৱৰে আপোনাক মহা নষ্ট চৰিত্রৰ নাৰী যেন লাগিছে 🤣 . ভাটৌৰ কথাশুনি যুৱতীগৰাকীৰ খং উঠিল 😡 . কাষ্টমাৰৰ খং উঠা দেখি দোকানৰ মালিকৰ ভাটৌতোৰ ওপৰত বহুত খং উঠিল, সেয়ে ভাটৌতোক নি পানীত জুবুৰিয়াই দিলে 😝 . কাষ্টমাৰৰ লগত দুনাই এনে ব্যৱহাৰ নকৰো বুলি ভাটৌতোৱে প্ৰতিশ্ৰুতি দিয়াত, মালিকে ভাটৌতোক পানীৰ পৰা উঠাই আগৰ ঠাইত থৈ দিলে 😜 . এইবাৰ আকৌ যুৱতীগৰাকীয়ে ভাটৌতোক সুধিলে___ . যুৱতী - কোৱাচোন, এটা ঘৰত যদি মই আৰু এজন পুৰুষ অকলে একেলগে থাকো তেন্তে সেই পুৰুষজন সমন্ধত মোৰ কি হ'ব 🤔 . ভাটৌ - (নম্ৰ ভাৱে) আপোনাৰ স্বামী হ'ব ☺ . যুৱতী - যদিহে সেইটো ঘৰত আৰু দ্বিতীয় পুৰুষো থাকে 🤔 . ভাটৌ - সেইজন আপোনাৰ দেওৰেক হ'ব ☺ . যুৱতী - বাৰু তাতে যদি তৃতীয় এজন পুৰুষো থাকে 😴 . ভাটৌ - নিশ্চয়কৈ শহুৰ দেউতা হ'ব ☺ . যুৱতী - আৰু চৰ্তুথ এজন থাকিলে 😋😋 . . . . . . ভাটৌ - (দোকানৰ মালিকৰ মুখলৈ চাই) ব'ল বে ব'ল, মোক আকৌ পানীতে জুবুৰিয়াই দে গৈ, কেলা মই আগতেই কৈছিলো এইজনীৰ চৰিত্ৰ থিক নহয় বুলি 😂😂🤣🤣😝😝😝😝
7.3k views
7 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post