Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

বিচাৰ

1. যদি জীৱনত কিবা এটা পাম বুলি ভাবিছে, তেন্তে পথ সলনি কৰক , সংকল্প নহয় । 2. যদি বিবাহ যাত্ৰীৰ নাচ- বাগৰ বাবে আপুনি আপোনাৰ গাড়ীৰ হৰ্ণ বজাই বিৰক্ত হোৱাতকৈ অলপ আপুনিও তেওঁলোকৰ লগত নাচি- বাগি আনন্দ কৰক, সময় সমানেই লাগিব । 3. এই কলিযুগত পইচাৰ বাবে মানুহ যিমান তললৈ নামে , পইচাৰ মুল্যও সিমান তললৈ নানামে । 4. ৰাস্তাৰ কাষত মন্দিৰ এটাত প্ৰাৰ্থনা নকৰিলেও কোনো কথা নাই ,কিন্তু পৰাপক্ষত এম্বুলেঞ্চ এখন দেখিলে এবাৰ হলেও ভগৱানৰ নাম ল'বা , কি ঠিক তোমাৰ প্ৰাৰ্থনাৰ বাবেই কিজানি এজনৰ ভাগ্য মুকলি হয় । 5. যাৰ নিজৰ ওপৰত বিশ্বাস আছে , তেওঁ হাজাৰবাৰ হাৰিও কোনোদিনেই পৰাজিত নহয় । 6 বাদাম , গাখীৰ বা পুষ্টিকৰ খাদ্য খালে ইমানখিনি জ্ঞান কেতিয়াও নহয়, যিমানখিনি কাৰোবাৰ পৰা প্ৰৱঞ্চিত হলে হয় । 7. সদায় এটা কথা মনত ৰাখিব ,আপোনাৰ সুখ দেখি আপোনাৰ শত্ৰুজনেই আটাইতকৈ কষ্ট পায়,, 8. ধুনীয়া মানুহবোৰ সদায় ভাল নহবও পাৰে , কিন্তু ভাল মানুহবোৰ সদায় ধুনীয়া হয় । 9. সমন্ধ আৰু ৰাষ্টা দুয়ো এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । কেতিয়াবা সমন্ধবোৰ ৰক্ষা কৰিবলৈ যাওঁতে ৰাষ্টা বন্ধ হৈ যায় আৰু কেতিয়াবা ৰাষ্টাতগৈ থাকোতে কিছুমান সমন্ধ গঢ়লৈ উঠে !!! 10. প্ৰকৃত মানুহৰ পৰিচয় তেওঁৰ মুখৰ কথাতেই প্ৰকাশ পাই , নহলে সুন্দৰ সুন্দৰ বাণীবোৰটো হৰ্ডিঙটো পঢ়িবলৈ পোৱা যায় । 11. পৃথিৱীত কোনো কামেই অসম্ভৱ নহয় , মাত্ৰ একাগ্ৰতা আৰু ধৈৰ্য্যৰ প্ৰয়োজন । 12. প্ৰথমে মই বেছি চালাক আছিলো , সেয়ে আনক সলনি কৰিব গৈছিলো । এতিয়া মই বুদ্ধিয়ক হৈছো , সেয়ে নিজে নিজেই সলনি হৈছো ........
7.2k views
6 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post