Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

বিচাৰ

আমাৰ পুৰুষৰ কিছু সচাঁ কথা ঃ *ছোৱালী,বোৱাৰী (মহিলা)সকলে মনযোগ দি পঢ়ি চাবছোন* আছলতে এজন পুৰুষৰ জীৱনটো কি !!! ভগৱানে সৃষ্টি কৰা এনেকুৱা এটা জীৱ , যি কেৱল ত্যাগ আৰু বুজাবুজিৰেই জীৱনটো চলিব লাগে ( অৱশ্যে মহিলা সকলো ! ) *যি আনৰ দায়িত্ব লৈ লৈ পাহৰি যায় যে নিজৰো এটা জীৱন আছে৷ *সৰুতেই চকলেটটো ত্যাগ কৰে ভনিয়েকৰ বাবে, *নিজৰ সপোনবোৰ ত্যাগ কৰে মাক দেউতাকৰ সুখৰ বাবে , *নিজৰ মানিবেগটো খালী কৰি বজাৰ কৰে কেৱল প্ৰেমিকাৰ বাবে, *গোটেই জীৱন উপাৰ্জন কৰে কেৱল পত্নী আৰু ল'ৰা ছোৱালীৰ বাবে, *বেঙ্কৰ পৰা ঋণ লয় নিজৰ__পৰিয়ালটোৰ সুখৰ বাবে , কিন্তু সেই ঋণ ঘুৰাওতেই পাৰ হয় গোটেই জীৱন *তাৰ উপৰিও তেওঁ নিজৰ পত্নী, মাক আৰু অফিচৰ বচৰ পৰা গালিবোৰ আছেই *ইফালে গোটেই জীৱনটো পত্নী , মাক , শাহু আৰু অফিচৰ বচ্ , এই সকলে নিজৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰে *মুঠতে গোটেই জীৱনটো আনৰ বাবেই ত্যাগ কৰোতে যায় $ইফালে অলপমান পুৰুষগিৰি কৰিলে.. *পত্নীক হাত দিলে কয় " নিলাজ " *পত্নীৰ পৰা মাৰ খালে কয় " কাপুৰুষ " *পত্নীক যদি বেলেগ পুৰুষৰ লগত ঘুৰা দেখি কিবা এটা কোৱা হয় , তেতিয়া কয় " সন্দেহবাদী " *একো নকলে কয় " ভয়াতুৰ " আকৌ যদি ... *ঘৰৰ বাহিৰত দেৰিলৈকে থাকিলে কয় " ধিতিঙালি কোবাই ফুৰা " *যদি ঘৰতে সোমাই থাকে কয় " ঘৰ গোনা " *ল'ৰা ছোৱালীক শাসন কৰি খং কৰিলে কয় " বৰ মতা " *শাসন নকৰিলে কয় " গুৰুত্ব নিদিয়া " *যদি পত্নীক চাকৰি কৰিবলৈ বাধা দিয়া হয় তেতিয়া , কয় " ঠেক মগজুৰ " বুলি *ইফালে চাকৰি কৰিবলৈ দিলে কয় " মাইকীৰ টকাৰে চলা " *কেনেবাকৈ মাকৰ কথাত চলিলে কয় "চমচাগিৰি " *পত্নীৰ কথাত চলিলে কয়" তিৰোতা সেৰুৱা " তথাপিও গোটেই জীৱনটো বুজাবুজি , ত্যাগ সংঘৰ্ষৰ মাজেৰেই পাৰ কৰা পিছতো নিজৰ বাবে একো নিবিচাৰে এজন পুৰুষে । বিচাৰে মাথো পৰিয়ালৰ পৰা এটি মিঠা হাঁহি আৰু এটি মিঠা মাত .... সেইবাবেই পুৰুষক সদায়ে সন্মান কৰিব লাগে । এজন পুৰুষ পুত্ৰ , ককাই , ভাই , প্ৰেমিক , জোৱাই বা দেউতাক হব পাৰে । কিন্তু তেওঁৰ জীৱনটো সদায এটা সংঘৰ্ষৰে জৰ্জৰিত ..
4.8k views
7 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post