Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

বিচাৰ

কেইটামান বাস্তৱ সত্য কথাৰে ১) বিপদত কাৰোবাৰ পৰা সহায় বিচাৰিলে বহুত ভাবি চিন্তিহে বিচাৰিব লাগে , কাৰণ বিপদ অলপ সময়ৰ বাবেহে আহে কিন্তু এদিন সহায় বিচাৰি গোটেই জীৱন ৠণী হৈ থাকিব লগা হব পাৰে ... ২) জীৱনটো দেখোন ভিডিঅ' গেমৰ নিচিনা , এটা লেভেল পাৰ কৰিলেই আকৌ আন এটা জটিল লেভেল আগবাঢ়ি আহে ... ৩) বহুতেই উপদেশ দিয়ে যে...'' সদায় সুখী হোৱা '' কিন্তু কাৰণটোও কব লাগে কেনেকৈ সুখী হয় ... ৪) কালি মগনীয়া এজনক ৰুটি এটা দিওঁতে মোক কোটি কোটি আৰ্শীবাদ দি গ'ল , গমেই নেপালো আছলতে দুখীয়া তেওঁ নে মই ... ৫) যি দোখৰ ঘাৰ পৰা তেজ নোলায় , বুজি লবা যে সেইকণ ঘা অন্য কোনো নহয় কোনোবা আপোন এজনেই দিয়া ঘা... ৬) বাল্যকালটো সচাকৈয়ে অদ্ভুত দেই ...খেলা-ধূলা কৰি কৰি ভাগৰত য'তেই নোশোৱক কিয় সাৰ পাই কিন্তু বিচনাতহে,,, ☺ ৭) হেৰাই আছো আমি নিজেই , কিন্তু সদায়ে বিচাৰি ফুৰোঁ দেখোন ভগৱানক ... ৮) অহংকাৰ কৰি সমন্ধ এটা চেদ কৰাতকৈ , ক্ষমা খুজি সম্পৰ্ক এটা বজাই ৰখাই শ্ৰেষ্ঠ ... ৯) সুখৰ হাঁহি কপালত থাকিব লাগিব , ফটোতটো সকলোৱেই হাঁহে ... ১০) সদায় সৰু সৰু ভুলবোৰত চকু দিব লাগে । কাৰণ মানুহে কেতিয়াও শিলৰ পাহাৰত উজুটি নেখাই , ৰাষ্টাৰ শিলতহে উজুটি খাই ..
6.8k views
7 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post