Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
ভাৰতৰ আক্ৰমণৰ পিছতে পাকিস্তানত লাগিছে হাহাকাৰ, জৰুৰীকালীন বৈঠকৰ আহ্বান . . ভাৰতীয় বায়ু সেনাৰ আক্ৰমণৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানত।পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে আহ্বান জনাইছে এখন তৎকালীন বৈঠকৰ।দেশৰ সকলো ধৰণ প্ৰশাসনীক শীৰ্ষ বিষয়াক বৈঠকত উপস্থিত থকাৰ নিৰ্দেশ।ইছলামাবাদত অনুষ্ঠিত হ’ব জৰুৰীকালীন বৈঠকখন।দেশখনৰ সাম্প্ৰতিক পৰিস্থিতৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা সন্দৰ্ভত কৰিব আলোচনা।মঙলবাৰে পুৱতী নিশা ভাৰতীয় সেনাই চলাইছিল সন্ত্ৰাসবাদ বিৰোধী অভিযান।পি অ’ কেত থকা সন্ত্ৰাসবাদীৰ ঘাটিত যুঁজাৰু বিমানেৰে চলোৱা হৈছিল আক্ৰমণ।মুঠ ১০০০ কেজি ওজনৰ বোমা নিক্ষেপ কৰিছিল সন্ত্ৰাসবাদীৰ ঘাটিলৈ।এল অ’ চি অতিক্ৰম কৰি ভাৰতীয় বায়ু সেনাই চলাইছিল এই অভিযান।সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছিল সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ নিয়ন্ত্ৰণ কক্ষ আৰু লাঞ্চ পেড।ভাৰতীয় সেনাৰ অভিযানৰ পাছতে ত্ৰাহি মধুসূদন দেখিছে পাকিস্তানে। . .
#

📰 বাতৰি

📰 বাতৰি - ShareChat
247 views
1 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post