Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

কৌতুক

হাইস্কুলৰ দেওনা পাৰ কৰি প্ৰথম বাৰৰ বাবে কলেজত গৈছোঁ । প্ৰথম ক্লাছ , ভালো লাগিছে ভয়ো লাগিছে ... বহি আছোঁ ...ছেকেণ্ড বেঞ্চত নিৰ্দিষ্ট সময়ত ছাৰ আহিল , ৰেজিষ্টাৰ কৰি লৈ কোৱাত লাগিল ... . তোমালোকক আগুৱাই লৈ যাবৰ বাবে আমি আছোঁ মোক তোমালোকে ছাৰ বুলি ভাবি নলবা, নিজৰ এজন ভাল বন্ধু বুলি ভাবি লৈ যি সুধিব বিচৰা সুধিবা..... ফোন কৰিবা , অলপো ভয় নকৰিবা ....সকলো সময়তে মই তোমালোকক সহায় কৰিম ....... . সকলোৱে মূৰদুপিয়ালে ... . মই কিবা এটা চিন্তা কৰি আছিলোঁ "ছাৰে যিটো কৈছে , হয় জানো , এজন শিক্ষক কেনেকৈ বন্ধু হ'ব পাৰে???" . মোক দেখি ছাৰে কৈ উঠিল তুমি কি ভাবি আছা , কিবা সুধিবা নেকি?? ----নাই নাই ছাৰ একো নাই .. ----মই গম পাইছোঁ , ভয় নকৰিবা সুধা একো নহয় ..... অলপ সময় নখ কামুৰি ৰৈ থাকিলোঁ . ----ভয় খাব নালাগে সুধা আকৌ.... . সুধি দিলোঁ আৰু "ছাৰ সেইটো লাইনত যে একেবাৰে আগৰ লাইনত বহি আছে , বগা ধুনীয়া মালটো ......তাইৰ নামটো কি তাইক মই পটাব লাগিছিল .....নাম্বাৰটো কালেক্ট কৰি দিয়ক .....কিবা এটা খুৱাই দিম আপোনাক ... . তাৰ পাছত ..... . পিছৰ এটা সপ্তাহ মোৰ গাৰ্জেন মেনেজ কৰোঁতে গৈছে .... কাক কাক যে বনাই নিছিলোঁ ,প্ৰতি বাৰে ধৰা পৰো ,... . শেষত গম পাইছিলোঁ সেই ছোৱালীজনী ছাৰৰে জীয়েক আছিল .....☺ . বুজিলোঁ শিক্ষক আৰু ছাত্ৰ ভাল বন্ধু হ'ব নোৱাৰে
4.4k views
7 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post