Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

কৌতুক

নগেন ওৰফে নেগুয়ে ১০৮ লৈ ফোন লগালে- ১০৮ ৰিচিপ্টচনিষ্টঃ নমস্কাৰ চাৰ, আপোনাক কি দৰে সহায় কৰিব পাৰোঁ ? নেগুঃ হেল্ল' এইমাত্ৰ মোৰ বন্ধু এজনক গাড়ী এখনে খুন্দিয়াই থৈ গ'ল ৷ মুৰ ফাটিছে, নাক আৰু কাণেৰে তেজ ওলাইছে, সম্ভৱ ভৰিও ভাগিছে ৷ সোনকালে গাড়ী পঠোৱাৰ ব্যৱস্থা কৰক ৷ ৰিচিপ্টচনিষ্টঃ ধন্যবাদ সবিশেষ জনোৱাৰ বাবে ৷ আপুনি কোন ঠাইত ঘটনাটো ঘটিছে, সম্পূৰ্ণ ঠিকনাটো আমাক জনাওক ৷ নেগুঃ শিৱসাগৰৰ জেঙনিকাটীয়া তিনিআলিত ৷ ৰিচিপ্টচনিষ্টঃ ধন্যবাদ, আপুনি ঠাইডোখৰৰ নামটোৰ আমাক বানানটো কৈ দিয়ক ইংৰাজীত ৷ নেগুঃ (মাত বোল নাই) ৰিচিপ্টচনিষ্টঃ হেল্ল' চাৰ ঠাইডোখৰৰ নামটোৰ স্পেলিং কওক ৷ নেগুঃ ( নিমাত) ৰিচিপ্টচনিষ্টঃ হেল্ল' চাৰ, আপুনি যদি শুনি আছে, স্পেলিংটো কওক ৷ নেগুঃ (ফোপাই জোপাই) শুনি আছো মানে মই ইয়াক বিষ্ণুনগৰ তিনিআলিলৈ চোঁচৰাই লৈ আনিলো,জেঙনিকাটীয়া স্পেলিংটো মই নাজানো , ইমান টান, এতিয়া লিখক বিষ্ণুপুৰ বি আই এচ এইচ এন ইউ,!!!!!!!!!!!!!!! ৰিচিপ্টচনিষ্ট বেহুঁচ ৷
3.9k views
7 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post