Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

প্ৰেৰণাদায়ক উক্তি

এদিন স্কুলৰ মেডামক কলো' I love you পাছৰ সপ্তাহত পৰীক্ষাৰ বহিত দেখিলো দহ নম্বৰ কম মেডামক কলো মোৰ দহ নম্বৰ কম কিয়. মেডামে কলে তোৰ বেয়া অভ্যাসৰ কাৰণে দহ কাটা হৈছে। হেডমাস্টাৰক কলো- ছাৰ মই আপোনাক ভালো পাওঁ পাছৰ দিনা দেখিলো টিছি লেখাজনৰ হাতত মোৰ নাম । স্কুলৰ পৰা ঘৰত গলো' কাষত দেখিলো ভাইটি, ভাইটি তোক মই বহুত ভালপাওঁ ভাইটিয়ে কলে- নতুন ছার্ট পিন্ধাৰ মতলব ন? ভন্টিক কলো তোক মই বহুত ভালপাওঁ তাই কলে- তোৰ কাপোৰ চাপোৰ ধুই দিয়াৰ সময় হৈছে ন ? খুৰাৰ ছোৱালীক কলো- তোক ভালপাওঁ মই খুৰাৰ ছোৱালীয়ে কলে- স্কুলৰ পৰা টিছি পাইছ' এতিয়া ঘৰৰ পৰাও টিছি পাবলৈ বিচাৰিছ' নেকি ? নিজৰ কপালতে চৰ্ এটা মাৰি গুচি আহিলো । কাষত এইবাৰ দেখিলো দেউতা; দেউতা বজাৰ যাব ওলাইছে ' দেউতাক কলো - তোক মই অনেক ভাল পাওঁ দেউতা,,,। দেউতাই কলে- এতিয়া মোৰ পকেটত টকা নাই টকা নিয়াৰ ভাল সুবিধা লৈছ' ভালেই কৰিছ'। সকলোতে দেখিলো ভালপোৱা মানুহ নাই, ব্যর্থ হ'ল **** কপালত বুজিলো ভালপোৱাই নাই এই বুলি চিন্তা কৰিলো, আৰু মনে মনে ভাবিছো এইবাৰ মাক I love you কম। মা পাক ঘৰত আছে, মাক গৈ কলো- মা মই তোক অনেক ভালপাওঁ I love you maa মায়ে মিচিকিয়াই হাঁহিলে আৰু কলে দুষ্ট কৰবাৰ,,,, মায়ে ৰন্ধা শেষ কৰি খোৱাৰ টেবুলত সজাই ৰাখিছে ,, মাক সুধিলো মা ইমান বোৰ খোৱা বস্তু কাৰ কাৰণে ? মায়ে কলে যে মোক I love you কোৱা জনৰ বাবে। মোৰ ভালপোৱা কেৱল মায়ে দাম দিলে। সকলোৱে মৰম কৰে ,কিন্তু মায়ে তাতকৈও অলপ বেছি কৰে । দুই নয়নে তোক সচাকৈয়ে স্মৰন কৰিলো: মা I love you.,,,,, তই মোৰ লগত নহলে খুব কষ্ট হয় মা,,,।। কথা খিনি ভাল লাগিছেনে ? মা বুলি লিখিব আৰু শ্বেৱাৰ কৰি দিব । সেই সকলে যাতে পঢ়িব পাই ।যিবোৰে বৃদ্ধাশ্ৰমত মাক - দেউতাক এৰি আহিছে ।। ধন্যবাদ আৰু মোক follow কৰিব।।
9.1k views
6 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post