Change your language
Tap the Share button in Safari's menu bar
Tap the Add to Home Screen icon to install app
ShareChat
#

কৌতুক

#Repost ~ নতুন শিক্ষয়ত্রী : তই কিয় হাঁহি আছ' ? তীখৰ : বাইদেউ, মই আপোনাৰ ব্লাউজৰ ৰঙা ফিটাডাল দেখিলো ! শিক্ষয়ত্রী : ওলাই যা, এতিয়াই মোৰ ক্লাছৰ পৰা, এসপ্তাহৰ বাবে তোৰ ক্লাছ বন্ধ ! গেট আউত... তাকে দেখি শুনি পিটো আৰু টিলৌয়ে সশব্দে হাঁহি দিলে..! শিক্ষিকা : কি হল তহঁতৰ..? পিটৌ আৰু টিলৌ : আমি দুয়োডাল ফিটাই দেখিলো বাইদেউ ! শিক্ষিকা : ওলা ওলা এতিয়াই ওলা, তহঁত দুয়োটাৰ এমাহলৈ ক্লাছ বন্ধ..! সিঁহত দুয়োটাক উলিয়াই দি বাইদেউয়ে মাটিত পৰি থকা চক ডাল লবলৈ বুলি হাওলিলে..! অলপ সময় পাছত কনমানি ছাত্র বাখৰ নিজে নিজে ক্লাছৰ পৰা ওলাই আহিল..! শিক্ষিকা : তোৰ কি হল..? কিয় ওলাই আহিলি...? . . বাখৰ : বাইদেউ, মই যিটো বস্তু দেখিলো, মোৰ ছাগে গোটেই জীবনৰ বাবে ক্লাছ বন্ধ !!!
11.3k views
7 months ago
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post