@2453
@2453

Ajay Sharma

Hiii

ফেচবুক পোষ্টটোত ৰাজকুমাৰে লিখিছে – ‘মই হিন্দী চিনেমাৰ অভিনেতা–অভিনেত্ৰীক সন্মান কৰো। কিন্তু মই নিজে হিন্দী গীত ৰচনা কৰি টিউন কৰি গাইছো। হিন্দী চিনেমা বনাই দেখুৱাইছো।’NEWS18 ASSAMLAST UPDATED: FEBRUARY 18, 2020, 2:01 PM ISTSHARE THIS:শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে মিঃ ৰাজকুমাৰৰ এটা পোষ্ট। এই পোষ্টটোত প্ৰকাশ পাইছে ৰাজকুমাৰ বেজাৰ–ক্ষোভ আদি। হয়তো ফিল্মফেয়াৰলৈ নমতা বাবেই এই ক্ষোভ মিঃ ৰাজকুমাৰৰ!ফেচবুক পোষ্টটোত ৰাজকুমাৰে লিখিছে – ‘মই হিন্দী চিনেমাৰ অভিনেতা–অভিনেত্ৰীক সন্মান কৰো। কিন্তু মই নিজে হিন্দী গীত ৰচনা কৰি টিউন কৰি গাইছো। হিন্দী চিনেমা বনাই দেখুৱাইছো। ইংৰাজী গীত লিখি টিউন কৰি নিজে গাইছো। মোৰ হিন্দী আৰু ইংৰাজী গীত ভাৰত আৰু বিশ্বত জনতাই শুনি আছে আৰু আনন্দ লভি আছে। কিন্তু অসমত বলীউদৰ কাম কৰা মানুহৰ নাম নলয়। মই বলীউদত নপৰো নেকি? মই অসমত থাকি বলীউদৰ কাম কৰি আছো।
#

😡 মিঃ ৰাজকুমাৰৰ খং

😡 মিঃ ৰাজকুমাৰৰ খং - ShareChat
144 চাওক
3 দিনৰ আগতে
তই কিয় নাচিলি ঐ ৰাংঢালী! ফিল্মফেয়াৰত আইমী বৰুৱাৰ বিহুনৃত্যক লৈ ছচিয়েল মিডিয়াত ধুমুহাবহুজনে সমালোচনা কৰাৰ লগতে একাংশ লোক আকৌ থিয় দিছে আইমীৰ পক্ষত।NEWS18 ASSAMLAST UPDATED: FEBRUARY 17, 2020, 2:42 PM ISTSHARE THIS:ফিল্মফেয়াৰৰ মঞ্চত অভিনেত্ৰী আইমী বৰুৱাৰ বিহু নাচক লৈ ছচিয়েল মিডিয়াত সমালোচনা একাংশ লোকৰ। বলীউদৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব’টোত অসমক প্ৰতিনিধিত্ব কৰি বিহু নৃত্য প্ৰদৰ্শন কৰিছিল আইমী বৰুৱাই। কিন্তু ইয়াকে লৈ একাংশ লোকে সমালোচনাৰ লক্ষ্য কৰি লৈছে অভিনেত্ৰীগৰাকীক।মন্ত্ৰী পত্নী হোৱা বাবেই ফিল্মফেয়াৰৰ মঞ্চত অনুষ্ঠান পৰিৱেশনৰ সুবিধা লাভ কৰা বুলি অভিযোগ কৰে কৰিছে একাংশই।
#

Filmfareত আইমী বৰুৱাৰ বিহু

Filmfareত আইমী বৰুৱাৰ বিহু - ShareChat
163 চাওক
3 দিনৰ আগতে
#

তথ্য হেৰাল NRCৰ

ৱেবছাইটৰ পৰা হেৰাল NRCৰ তথ্য! ক’লৈ গ’ল ৩ কোটি ৪০ লাখ মানুহৰ তথ্য? গৃহ মন্ত্ৰণালয়ে দিলে স্পষ্টীকৰণবুধবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে স্পষ্ট কৰে যে সম্পূৰ্ণ সুৰক্ষিত হৈ আছে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তথ্য।বুধবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে স্পষ্ট কৰে যে সম্পূৰ্ণ সুৰক্ষিত হৈ আছে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তথ্য।NEWS18 ASSAMLAST UPDATED: FEBRUARY 12, 2020, 12:53 PM ISTSHARE THIS:PARTHA JYOTI BORAHৱেবছাইটৰ পৰা অন্তৰ্ধান হ’ল NRCৰ তথ্য! বিগত কিছুদিন ধৰি NRCৰ ৱেবছাইট www.nrcassam.nic.inত উপলব্ধ হোৱা নাই কোনো তথ্য। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে, ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশ পাইছিল চূড়ান্ত NRC, য’ত বাদ পৰিছিল ১৯ লাখ লোকৰ নাম। লগে লগে অনলাইনতো উপলব্ধ হৈছিল এই তথ্যসমূহ। কিন্তু বিগত কিছুদিন ধৰি ৱেবছাইটৰ পৰা অন্তৰ্ধান হৈছে NRCৰ তথ্যসমূহ।মঙলবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মহাপঞ্জীয়ক আৰু জনগণনা আয়ুক্তলৈ NRCৰ তথ্য অন্তৰ্ধান হোৱা সন্দৰ্ভত এক পত্ৰ প্ৰেৰণ কৰে।বুধবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে স্পষ্ট কৰে যে সম্পূৰ্ণ সুৰক্ষিত হৈ আছে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তথ্য। সম্প্ৰতি  Official Websiteৰ পৰা NRCৰ তথ্য অফলাইন হৈ যোৱাৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দিছে এই স্পষ্টীকৰণ।ANI✔@ANIMinistry of Home Affairs (MHA) on Assam NRC list data going offline from the official website: NRC data is safe, there is some technical issue in visibility on Cloud. It is being resolved soon.28310:10 AM - Feb 12, 2020Twitter Ads info and privacy76 people are talking about this‘‘NRCৰ তথ্য সম্পূৰ্ণ সুৰক্ষিত। অৱশ্যে কিছু কাৰিকৰী বিজুতিৰ বাবে Cloud Visibilityত সমস্যাৰ সৃষ্টি হৈছে। শীঘ্ৰেই ইয়াক সমাধান কৰা হব।’’ – এই মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মুখপাত্ৰৰ।উল্লেখযোগ্য যে NRCৰ ৱেবছাইটৰ পৰা তথ্য অন্তৰ্ধান হোৱাক লৈ শংকাত ভুগিছিল NRCত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকল। NRCৰ তথ্য সুৰক্ষিত কৰি ৰখাৰ ক্লাউড ছাৰ্ভিচৰ ঠিকা প্ৰদান কৰা হৈছিল Wipro নামৰ ছফটৱেৰ কোম্পানীটোক। কিন্তু Wiproৰে চুক্তিৰ অন্ত পৰিছিল যোৱা ১৯ অক্টোবৰত আৰু পূৰ্বৰ NRCৰ সমন্বয়ক প্ৰতীক হাজেলাই চুক্তি ৰিনিউ কৰাৰ দিশত কোনো পদক্ষেপ লোৱা নাছিল। সেয়ে ডিচেম্বৰৰ ১৫ তাৰিখৰ পৰা তথ্য সমূহ Websiteৰ পৰা আন্তৰ্ধান হৈছিল। এই অভিযোগ উত্থাপন কৰিছে বর্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই।এই সন্দৰ্ভত ইতিমধ্যে ৩০ জানুৱাৰীত এখন বৈঠক অনুষ্ঠিত হয় আৰু ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত Wiproলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল। দুই–এদিনৰ ভিতৰতে তথ্যসমূহ পুনৰ উপলব্ধ হ’ব NRC Websiteত। এটা সংবাদ প্ৰতিষ্ঠানক এই কথা জানিবলৈ দিয়ে হিতেশ দেৱ শৰ্মাই।assamAssam NewsNRC
266 চাওক
9 দিনৰ আগতে
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
কপি লিংক
ডিলিট
Embed
মই এই পোষ্টটো ৰিপৰ্ট কৰিব বিচাৰো কাৰণএইপোষ্টটো...
Embed Post
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
আনফ'ল'
কপি লিংক
ৰিপোৰ্ট
ব্লক
মই ৰিপোৰ্ট কৰিব বিচাৰো,কাৰণ