@creator_academy_assamese
@creator_academy_assamese

Creator Academy Assamese

শ্বেয়াৰ চাটৰ সৈতে জড়িত আকৰ্ষণীয় ফিচাৰ্চ জানিবৰ বাবে অনুসৰণ কৰক

#

Creator Academy

নমস্কাৰ শ্বেয়াৰচাট চেম্পিয়ন, ছেগমেণ্ট অপচনৰ বিষয়ে জানো আঁহক 1. শ্বেয়াৰচাট কেমেৰাত আছে এক পজ বোটাম, যাৰ সহায়ত আপুনি আপোনাৰ ভিডিঅ'টো বিভিন্ন ছেগমেণ্টত ৰেকৰ্ড কৰিব পাৰিব। 2. মাজত থকা গোলাকাৰ বোটামটো দীৰ্ঘ প্ৰেছ কৰি আপুনি ছেগমেণ্ট অপচনটো ব্য়ৱহাৰ কৰিব পাৰে, পজ দিবৰ বাবে আপোনাৰ বোটামটো এৰি দিয়ক আৰু অন্য় ছেগমেণ্ট ৰেকৰ্ড কৰিবৰ বাবে পুনৰ বোটামটো দীৰ্ঘ প্ৰেছ কৰক। 3. যদি আপুনি দীৰ্ঘ অপচন কৰিব নিবিচাৰে তেন্তে ওপৰৰ সোঁফালে থকা টাইমাৰ অপচনটো ব্য়ৱহাৰ কৰিব পাৰে। আপুনি ৩ ছেকেণ্ড অথবা ১০ ছেকেণ্ড টাইমাৰ নিৰ্বাচন কৰিব পাৰে। যেনে, আপুনি যদি ৩ ছেকেণ্ডত ক্লিক কৰে তেন্তে আপোনাৰ ভিডিঅ'টো ৩ ছেকেণ্ডৰ পিছত ৰেকৰ্ড হ'ব। আপুনি টাইমাৰ ব্য়ৱহাৰ কৰিব পাৰে অথবা দীৰ্ঘ প্ৰেছ কৰিব পাৰে। 4. ওপৰৰ সোঁফালে থকা ৰঙা আইকনত ক্লিক কৰি আপুনি আপোনাৰ পূৰ্বৰ ছেগমেণ্ট ডিলিট কৰিব পাৰে। ওপৰৰ হালধীয়া বাৰত আপুনি আপোনাৰ ছেগমেণ্ট লাভ কৰিব। 5. ব্লু টিকে আপোনাৰ ভিডিঅ'টো পষ্ট কৰাৰ অনুমতি দিয়ে। পষ্ট কৰা আৰম্ভ কৰক!!
194 চাওক
1 দিনৰ আগতে
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
কপি লিংক
ডিলিট
Embed
মই এই পোষ্টটো ৰিপৰ্ট কৰিব বিচাৰো কাৰণএইপোষ্টটো...
Embed Post
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
আনফ'ল'
কপি লিংক
ৰিপোৰ্ট
ব্লক
মই ৰিপোৰ্ট কৰিব বিচাৰো,কাৰণ