জাগিছে জাতি ৰাখিব ভেটি
#

জাগিছে জাতি ৰাখিব ভেটি

Banasri
#জাগিছে জাতি ৰাখিব ভেটি # জাগিছে জাতি ৰাখিব ভেটি
41 চাওক
1 মাহৰ আগতে
#

জাগিছে জাতি ৰাখিব ভেটি

Assamese Master Mind
#জাগিছে জাতি ৰাখিব ভেটি আমি অসমীয়াই কোনো কাৰণত কেব নামানো ! নামানো , নামানো ! অসমৰ সকলোজনসাধাৰণ ওলাই আঁহক আমি শৃংখলাবদ্ধ আৰু অসিংহ নীতিৰে আন্দোলন কৰি যাবলৈ ! এইখনেই আমাৰ নিজৰ জাতি , মাটি , ভাষা - সংস্কৃতিৰ লগতে স্বাধীন অসমৰ অসমীয়াৰ শেষ যুদ্ধ ! আ হৈ আ ওলাই আ বদনে অনা মানক খেদিবলৈ আ অসমীয়া ওলাই আঁহ নহলে নিজৰ দেশতে নিজেই হবি নহলে ভগনীয়া !আমাৰ সোণৰ অসমক আমি কেতিয়াও বিদেশীৰ চৰণীয়া পথাৰ হবলৈ নিদো , নিদো ! ..... আমাৰ অসমীয়াই জাগিলে থাকিব দেশ নহলে হবগৈ বাংলাদেশ ! এইখন cab আমি যুজিম আমাৰ দেহত শেষ বিন্দুত তেজ থকালৈকে আৰু এই খনেই শেষ যুদ্ধ অসমীয়াৰ। এই খনযুদ্ধই কব অসমীয়া জাতি থাকিব না ধ্বংস হ'ব ! আমি কোনো কাৰণত আমাৰ নিজৰ জাতি - মাতি , ভাষা - সংস্কৃতিক আৰু আমাৰ সোণৰ অসমক ধ্বংস হ'বলৈ নিদো , নিদো ! ......নহলে নতুন স্বাধীনত অসম গঢ়িবলৈ আহক সকলো অসমীয়াই লগতে ওলাই আঁহক অসম সংযুক্ত বাহিনী ! প্ৰয়োজনত হয় মৰিম নহলে মাৰিম নহলে হাতত বন্দুক ধৰি গঢ়িম নতুন " স্বাধীন অসম !" এইটোৱেই আমাৰ অসম সংযুক্ত বাহিনীৰ আটাইতকৈ সোণালী সময় ! আমি আমাৰ সোণৰ অসম খনৰ মাজত স্বাধীন ভাৱে ঘুৰিবলৈ আৰু আই অসম‌ীৰ সন্তান হিচাপে অসম খনক স্বাধীন কৰিবলৈ ! " জয় আই অসম !" # জাগিছে জাতি ৰাখিব ভেটি # দেশ বুলিলে নালাগে আদেশ #নাগৰিকত্ব সংশোধনী আইন #🔥 এই জুই জলিছে জ্বলিবই
37 চাওক
1 মাহৰ আগতে
#

জাগিছে জাতি ৰাখিব ভেটি

trisha devi
#জাগিছে জাতি ৰাখিব ভেটি জয় আই অসম🙏🙏🙏 # জাগিছে জাতি ৰাখিব ভেটি
46 চাওক
1 মাহৰ আগতে
#

জাগিছে জাতি ৰাখিব ভেটি

Assamese Master Mind
#আকৌ নাগৰিকত্ব সংশোধনী বিধেয়ক CAB গৃহীত হ’লে বিলখনৰ পৰা আমাৰ হ’বলগীয়া মহা লাভবোৰ হ’ব তলত দিয়া ধৰণৰ- ১। অসমীয়া সংখ্যালঘূ হ’ব। ২। ৰাজ্যিক ভাষা পৰিৱৰ্তন হৈ বাংলা হ’ব। ৩। চৰকাৰী মাটি কমিব। ৪। ভেটি(নতুন নতুন ঘৰৰ ভেটি) বাঢ়িব। ৫। আপুনি চৰকাৰৰ পৰা পোৱা সুবিধাবোৰ পৰিৱৰ্তন হ’ব। নতুন নাগৰিকলকো সুবিধা দিব লাগিব। ৬। জনবসতিৰ ঘনত্ব ঘন হ’ব। ৭। আকৌ অনাকাংক্ষিত দিনবোৰ ঘূৰি আহিব। ৮। আপোনাৰ পৰিয়ালৰ সদস্য-সদস্যাসকলৰ যিকেইগৰাকীয়ে চাকৰি পালেহেঁতেন¸ এতিয়া নাপাব। ৯। চৰকাৰে নতুন নাগৰিকসকলৰ কাৰণে অতিৰিক্ত টকা খৰছ কৰিব লাগিব। ১০। ৰাজ্যখনত পৰিৱেশ বিনষ্ট হ’ব। ১১। কাজিয়া-পেচাল¸ মৰা-মৰি আদি বৃদ্ধি হ’ব। ১২।তেন্তে Nrcৰ কি প্ৰয়োজন আছিল? চৰকাৰৰ ইমান টকা খৰছ কৰি¸ জনগণক হাৰা-শাস্তি দিলে কিয়? টকা¸ শ্ৰম আৰু সময়বোৰ অথলে যাব। ১৩। দেশখনৰ পৱিত্ৰ সংবিধানখনক অৱমাননা কৰা হ’ব। ভাৰতে ধৰ্ম নিৰপেক্ষতাৰ সন্মান হেৰুওৱাব। ১৪। বহু বছৰ আমাৰ জীৱন-ধাৰণৰ মান এনেকৈ অপৰিৱৰ্তিত হৈ থকাৰ লগতে নিম্নগামী হ’ব। ১৫। নিবনুৱা সমস্যা আৰু কৰ্মৰ সমস্যা বৃদ্ধি হ’ব। ১৬। জনসংখ্যা বিস্ফোৰণ হ’ব। .... জয় আই অসম💪💪💪💪 #আকৌ নাগৰিকত্ব সংশোধনী বিধেয়ক #ℹ️ তথ্য
36 চাওক
1 মাহৰ আগতে
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
কপি লিংক
ডিলিট
Embed
মই এই পোষ্টটো ৰিপৰ্ট কৰিব বিচাৰো কাৰণএইপোষ্টটো...
Embed Post