👨‍⚕️ স্বাস্থ্য আৰু ফিটনেছ টিপছ

👨‍⚕️ স্বাস্থ্য আৰু ফিটনেছ টিপছ

517
1.2K পোষ্টবোৰ
9K চাওক
👨‍⚕️ স্বাস্থ্য আৰু ফিটনেছ টিপছ
#👨‍⚕️ স্বাস্থ্য আৰু ফিটনেছ টিপছ
00:09 / 758.1 KB
my hot dance💃💃💃💃 #👨‍⚕️ স্বাস্থ্য আৰু ফিটনেছ টিপছ
#👨‍⚕️ স্বাস্থ্য আৰু ফিটনেছ টিপছ 003
#👨‍⚕️ স্বাস্থ্য আৰু ফিটনেছ টিপছ 002
#👨‍⚕️ স্বাস্থ্য আৰু ফিটনেছ টিপছ 001
#👨‍⚕️ স্বাস্থ্য আৰু ফিটনেছ টিপছ
00:49 / 3.4 MB
#👨‍⚕️ স্বাস্থ্য আৰু ফিটনেছ টিপছ
hi bondhura Amma ke bolo #👨‍⚕️ স্বাস্থ্য আৰু ফিটনেছ টিপছ
সকলোৰে ঘৰত CFL লাইট আছে। কিন্তু ই কিমান ভয়ানক তলৰ ফটো দুখন চালেই অনুমান কৰিব পাৰিব।এই প্ৰকাৰৰ বাল্বত পাৰা থাকে। বাল্ব এটা ভগাৰ পাছত স্মিথ নামৰ মানুহ এজনৰ ভৰি হঠাত ভঙা টুকুৰা এটাত পৰিল।বাল্বত থকা পাৰা স্মিথৰ শৰীৰত প্ৰৱেশ কৰিলে। আৰম্ভ হল পাৰাৰ বিষাক্ত ক্ৰিয়া আৰু ইতিমধ্যে স্মিথে তেওঁৰ মৰমৰ ভৰিখন হেৰুৱাই পেলাইছে। এনেকুৱা দুৰ্ভাগ্য কাৰোৰে জীৱনলৈ নাহক তাৰ বাৱে কেইটামান সতৰ্কতা মূলক ব্যৱস্হা গ্ৰহন কৰক। 1) কেতিয়াও জ্বলি থকা সময়ত ইয়াক নুখুলিব। শ্চুইচ বন্ধ কৰি ঠান্ডা হোৱালৈ ৰওক। 2) CFL কেনেবাকৈ ভাগিলে কোঠাটোৰ পৰা আপুনি ওলাই আহক।সাৱধান যাতে ইয়াৰ ভঙা টুকুৰাত আপোনাৰ ভৰি নালাগে। 3) ফেন বন্ধ কৰক। নহলে পাৰা বিলাক সমগ্ৰ কোঠাটোত বিয়পি যাব পাৰে। 4) অন্ততঃ 15/20 মিনিট সময় কোঠাটোলৈ নোসোমাব। ঝাৰুৰ ব্যৱহাৰ নকৰিব কাৰণ পাৰা বিলাক বিয়পি যাব পাৰে বিভিন্ন ঠাইলৈ। ভেকুৱাম ক্লিনাৰৰ দ্বাৰা শোষন কৰি পেলাওক।যাৰ ঘৰত তেনে ব্যৱস্হা নাই তেওঁ পাৰা আঁতৰাব পৰা ব্যৱস্হাৰ বাৱে বিজ্ঞ জনেৰে পৰামৰ্শ কৰক। 5) চাবোনেৰে হাত ধোৱক। 6) কেনেবাকৈ যদি ভৰিয়ে হাতে পূৰ্বতেই কৰবাত কটা চিঙা আছিল নাইবা বাল্বৰ কাঁচে আঘাট কৰিছে তেন্তে অবিলম্বে ডাক্তৰৰ ওচৰলৈ যাওক। কাঁচ আৰু আৰ্চেনিকতকৈও ঘাটক এই পাৰা। … #সংগ্ৰহ #👨‍⚕️ স্বাস্থ্য আৰু ফিটনেছ টিপছ
#👨‍⚕️ স্বাস্থ্য আৰু ফিটনেছ টিপছ