ℹ️ তথ্য
জন গন মন অধি নায়ক জয় হে ভাৰত ভাগ্য বিধাতা যেনেকৈ জাতি জনগোষ্টি মিলি ভাৰত গঢ়িছে তিক তেনেকৈয়ে সকলোৱে জাতি , ধম্ , নিৰৱিসেকে সকলোৱে এজন ভাৰতিয় নাগৰিক হিচাপে থাকো আহক । কাৰন জাতি , ধম্ হোৱাৰ আগতে তেঁকেত এজন মানুহ আৰু এটা কথা প্রেমে নামানে জাতি ,ধম্ ৰ তিকনা প্রেমে বিছাৰে মাথো প্রেমৰ তিকনা । মই এই কাৰনে এই কথাষাৰ কৈছো আজি কিছুদিনৰ আগতে এটা ভিডিঅ পেছবুকত পাইছিলো ছোৱালী জনী হিন্দ্বু আৰু লৰাজন মুচলিম তাতে কিছুমানে কৈছে যে তাই বংশৰ নাক কাতিছে তাই মোৰ ভন্তি হোৱা হলে দিঙি কাটিলো হয় । অমোক তমোক কি হে আপোনালোকে কি কৰি বংশৰ নাম উজলাই তৈছে । আৰে ছোৱালি জনী প্রেকনেন্ট্র হৈ আছে তাৰ লগতে লৰাজন দূকাল । আৰু মই ভিডিঅত কোনো আনলিগেল বিয়া হোৱা নাই কৌউত মেৰেজ কৰিছে মুচলমানৰ ৰিতি ৰিবাজত নিকাস কৰিছে । তাৰ দূখ কি তাই হিন্দ্বু নহয় হেয়ায় নহয় জানো । মানৱতা হেৰাই গৈছে মানোহ বিলাকৰ আকৌ নজকে কয় মই অসমিয়া নহয় দুখিয়া । ধন তাকিলে মানুহক ধনি বুলি নকয়। মৰম,চেনেহ ,দয়া,মমতাকিব লাগিব তেতিয়াহে ধনি বুলি কব আনে । আৰু আনক সন্মান দিলেহে সন্মান পাব । জয় আই অসম ভাৰত মাতা কি জয় ।
#

তথ্য

তথ্য - ShareChat
1.4k views
5 months ago
,,সংগ্ৰহ। *** আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসৰ শুভেচ্ছা *** আজি আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস । পৃথিৱীৰ বিভিন্ন ঠাইৰ খিলঞ্জীয়া সকলৰ গৃহভূমি,সম্পদ আৰু ৰাজনৈতিক, সামাজিক সকলো অধিকাৰ সুৰক্ষাৰ্থে ৰাষ্ট্ৰসঙ্ঘই যুগুতাই দিয়া এক চনদত আমাৰ দেশ ভাৰতকে ধৰি পৃথিৱীৰ অধিক সংখ্যক দেশৰ মূৰব্বী /প্ৰতিনিধিয়ে স্বাক্ষৰ কৰিছে । ৰাষ্ট্ৰসংঘই খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাৰ্থে দিয়া নিৰ্দেশনাবোৰ আমাৰ দেশৰ চৰকাৰে অসমত অতি শীঘ্ৰে কাৰ্যকৰী কৰা উচিত । এয়া অকল অসমৰ বাবেই নহয় বৰং আমাৰ দেশ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ত্ব আৰু নিৰাপত্তাৰ বাবে এয়া অতি প্ৰয়োজনীয় । Assam Sanmilita Mahasangha ই ২০০৭ চনৰ জন্মলগ্নৰে পৰা অসমৰ সকলো খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ্থে উচ্চতম ন্যায়ালয়ত আইনী যুঁ‌জকে ধৰি বিভিন্ন স্তৰত সবল সংগ্ৰাম অব্যাহত ৰাখিছে । অসমৰ সকলো খিলঞ্জীয়াই দল-মত নিৰ্বিশেষে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাৰ এই সংগ্ৰামত নিঃচৰ্ত সমৰ্থন আৰু সক্ৰিয় সহযোগ আগবঢ়াওক । অসমৰ সকলো খিলঞ্জীয়ালোকলৈ আজিৰ এই মহত্ত্বপূৰ্ণ দিনটোত আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ‌ । খিলঞ্জীয়া সত্তাৰ জয় হওঁ‌ক । জয় অসম সন্মিলিত মহাসঙ্ঘ ।
#

তথ্য

তথ্য - ShareChat
412 views
6 months ago
No more posts
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post