বৰপেটাৰ দৌল উৎসৱ
বৰপেটাৰ দৌল উৎসৱ - HOLI BARPETA CHPD - ShareChat
#বৰপেটাৰ দৌল উৎসৱ
বৰপেটাৰ দৌল উৎসৱ - ShareChat
#বৰপেটাৰ দৌল উৎসৱ
বৰপেটাৰ দৌল উৎসৱ - ShareChat
#বৰপেটাৰ দৌল উৎসৱ
বৰপেটাৰ দৌল উৎসৱ - dans - ShareChat
#বৰপেটাৰ দৌল উৎসৱ
বৰপেটাৰ দৌল উৎসৱ - ShareChat
#বৰপেটাৰ দৌল উৎসৱ
বৰপেটাৰ দৌল উৎসৱ - Camera : Gouri Sankar barpetasatra @ yahoo . com - ShareChat
#বৰপেটাৰ দৌল উৎসৱ
বৰপেটাৰ দৌল উৎসৱ - ShareChat
#বৰপেটাৰ দৌল উৎসৱ
বৰপেটাৰ দৌল উৎসৱ - ShareChat
#বৰপেটাৰ দৌল উৎসৱ
বৰপেটাৰ দৌল উৎসৱ - প্ৰেছ বিজ্ঞপ্তি । তাৰিখ - ২০ জুন ২০১২ ইং ডিভােটিজ ফ ’ ৰাম অফ বৰপেটা সত্র যােৱা ১৯ জুন তাৰিখে কোকৰাঝাৰত অনুষ্ঠিত এক সংবাদ মেলত বিশ্ববড়াে ঐতিহাসিক সমাজৰ সাৰ প্রধান তথা ৫ নং কোকৰাঝাৰ লােক সভা সমষ্টিৰ সাংসদ চানচুমা খুংগুৰু বিছমুতিয়াৰীয়ে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্রীশ্রী মাধব দেবৰ সৃষ্টিক লৈ বিরূপ মন্তব্য কৰি কীর্তন ঘােষা নামঘােষা নিষিদ্ধ কৰিবলৈ কৰা দাৰীক ' ডিভােটি য ’ ৰাম অফ বৰপেটা সত্রই তীব্ৰ গৰিহণা দিয়ে আৰু সাংসদ জনক তেওঁৰ বক্তব্যৰ সত্যতা প্রমাণ কৰিবলৈ প্ৰত্যাহ্বান জনায় । ধর্মীয় আৰু আধ্যাত্মিকতাৰ ভিতৰত প্ৰৱেশ নকৰাকৈ কেৱল এটা বা দুটা শব্দ আধাৰ হিচাপে লৈ মহাপুৰুষ দুজনাৰ ৰচনাক এনেদৰে অপমান কৰি ঠন ধৰি উঠা বৃহত্তৰ অসমীয়া জাতিটোক দুর্বল আৰু থানবান কৰাৰ এক কুটিল চক্ৰান্তত সাংসদ বিছমুতিয়াৰী লিপ্ত হৈছে এই কৰ্মৰ বাবে সমগ্ৰ অসমবাসীৰ ওচৰত তেওঁ মাজনা বিচৰা উচিত । কলিৰ শেষত হৈব কী অবতাৰ । । কাটি মাৰি স্নেছক কৰিব লুঙ্গামাৰ । । । পদ ফাকি স্লেছ শব্দটোৱে বড়াে সকলক বুজাই বড়াে সকলক কাটি মাৰি বুন্দামাৰ কৰিবলৈ শংকৰ দেবে আহবান জনােৱা বুলি যি অভিযােগ তেওঁ আনিছে সেয়া হাস্যপদ আৰু সত্যৰ অপলাপ কিয়নাে সাংসদ জনে যদি শংকৰ - মাধৱৰ সমগ্ৰ ৰচনা নালাগে বৰগীত কেইটি যদিও ওপৰে ওপৰে পঢ়ি চালে হেতেন তেতিয়া হলেওঁ তেখেতে তেনে বক্তব্য নাৰাখিলে হেতেন । যি সকলৰ কৃষ্টি - সংস্কৃতি নাই , যাৰ সমাজ ব্যবস্থা নাই , যিয়ে সমাজৰ অন্যায় কৰে , যিয়ে শান্ত সকলৰ ওপৰত অত্যাচাৰ চলায় , যাৰ শিষ্টাচাৰ আৰু জ্ঞানৰ অভাৰ তেনেবােৰ ভক্তিহীন ঈশ্বৰ অবিশ্বাসী লােক সকলকহে বৈষ্ণৱ ধর্ম গ্রন্থ সমূহত স্লেছ বুলি অভিহিত কৰা হৈছে । সেই দর্শনত কোনাে উচ্চ বংশ জাত ব্যক্তিওঁ স্নেছ হ ' ব পাৰে ইয়াৰ উদাহৰণ ধর্ম শাস্ত্ৰ সমূহৰ পৃষ্ঠাই পৃষ্ঠাই পােৱা যায় । যি সময়ত শংকৰদেৱক এজন প্রগতিবাদী সমাজ সংগঠক - ধর্ম প্রচাৰক বুলি বিশ্বৰ বিভিন্ন দেশত চৰ্চা আৰম্ভ হৈছে সেই সময়ত অসমৰ এজন জন প্রতিনিধিয়ে শংকৰ - মাধৱৰ বিষয়ে এনে মন্তব্য ৰখাটো দূৰ্ভগ্য জনক । শংকৰদেৱে অসমৰ বিভিন্ন জনজাতিৰ পৰা বিভিন্ন সাংস্কৃতিক সমল লৈছিল । ভােটৰ পৰা ভােৰতাল , অকাৰ পৰা মুখা আৰু বড়াে নৃত্যৰ ক্রমােন্নতি লাভকৰি ওজাপালিৰ ৰূপ পােৱা লােক নাট্যৰ আদৰ্শত অংকীয়া নাট - ভাওঁনাৰ প্ৰেৰণা তেওঁ এই ভূমিখণ্ডৰ বিভিন্ন গােটৰ পৰা সংগ্ৰহ কৰিছিল । | কেননাৱাই যদি শংকৰ - মাধৱক সাম্প্রদায়িক বুলি কব খােজে আমি তাক মুঢ়তা বুলি কম । মহাত্মা গান্ধীয়ে এনেয়ে কোৱা নাছিল — মই আজি স্পৃশ্য - অস্পৃশ্যতাহীন যিখন সমাজৰ কাৰণে যুজিছাে , সেইখন সমাজ শংকৰদেৱে পাঁচশ বছৰ পূর্বেই গঢ়ি থৈ গৈছে । শংকৰ দেৱৰ নামত সর্বোচ্চ সম্মানীয় বঁটা প্রচলন কৰা অসম চৰকাৰে এই সম্পর্কত এক বিহিত ব্যবস্থা ল ' ব বুলি ‘ ডিভােটিজ ফ ' ৰাম অফ বৰপেটা সত্র ' ই আশা কৰে । ইতি প্রমথ ৰঞ্জন দাস সমন্বয়ক ডিভােটিজ ফ ' ৰাম অফ বৰপেটা সত্র - ShareChat
#বৰপেটাৰ দৌল উৎসৱ
 বৰপেটাৰ দৌল - ShareChat
বৰপেটা–বৰদোৱা শুৱালকুছিত ৰাইজৰ পাৰভঙা উছাহBy নিয়মীয়া বাৰ্তা On Mar 9, 2020 17 Shareনিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ প্রাণনাশী ক’ৰোনা ভাইৰাছৰ আতংক ৰাজ্যজুৰি অব্যাহত থকাৰ সময়তে প্রান্তে প্রান্তে আৰম্ভ হৈছে দৌল উৎসৱৰ উৎসাহ–উদ্দীপনা ৷ সত্রনগৰী বৰপেটা, সত্রীয়া সংস্কৃতিৰ প্রাণকেন্দ্র মাজুলী, বটদ্রৱাকে ধৰি বিভিন্ন স্থানত দৌল উৎসৱৰ বাবে ভকত–বৈষ্ণৱৰ মাজত ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে ৷ সত্রনগৰী বৰপেটাত দেওবাৰৰ পৰা আৰম্ভ হৈছে শ্রীশ্রীকৃষ্ণৰ দৌল মহোৎসৱ ৷ বিয়লি গোন্ধযাত্রাৰে আৰম্ভ হয় চাৰিদিনীয়া দৌল মহোৎসৱৰ ৷ এই উপলক্ষে হোলী গীতেৰে মুখৰিত হৈ পৰিছে সত্রনগৰীৰ চৌদিশ ৷ হাটীয়ে হাটীয়ে এতিয়া শুনা গৈছে পৱিত্র হোলী গীতৰ মূর্ছনা ৷ আবাল–বৃদ্ধ–বনিতাৰ পৰা শিশুলৈকে বুৰ গৈছে হোলী গীতৰ মূর্ছনাত ৷ বিয়লি দৌলগোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁইক সত্রৰ মণিকূট গৃহৰ পৰা উলিয়াই আনি মঠৰ চোতালত ৰখা হয় ৷ ইয়াৰ পাছত সন্ধিয়া টুপৰ চোতালত প্রজ্বলিত মেজিৰ জুইৰ চাৰিওফালে দুয়ো গোসাঁইক সাত পাক প্রদিক্ষণ কৰাই যোগমোহন গৃহত ৰাখিব আৰু নক্ষত্র ক্ষণ গণনা অনুসাৰে নিশা গোসাঁইক দৌল গৃহত আৰোহণ কৰা হয় ৷ গোসাঁইক মেজিৰ জুইৰ ওচৰলৈ অনাৰ সময়ত সত্রৰ কার্যালয়ৰ সন্মুখত আতচবাজী প্রদর্শন কৰা হয় ৷আনহাতে, অহা ৯ আৰু ১০ মার্চত অনুষ্ঠিত হ’ব ভৰ দৌল৷ এই দুয়োটা দিনতেই পুৱাৰ পৰাই পৰম্পৰাগতভাৱে অনুষ্ঠিত হ’ব দৌল মহোৎসৱ৷ ১১ মার্চত অনুষ্ঠিত হ’ব বৰপেটাবাসীৰ বিখ্যাত ৰঙৰ উৎসৱ সুৱেৰী৷ এই সুৱেৰীৰ দিনাই বিয়লি গোসাঁইক কলবাৰী সত্রলৈ নি হেকেটা খুৱাই ঘূৰাই অনাৰ পাছত সত্রৰ চৌহদৰ টুপৰ চোতালত অনুষ্ঠিত হ’ব বাঁহ ভঙা পর্ব৷ ইয়াৰ পাছতে কীর্তন ঘৰৰ চাৰিওফালে সাত পাক প্রদিক্ষণ কৰাই গোসাঁইক পুনৰ মণিকূট গৃহত স্থাপন কৰা হ’ব৷ ইয়াৰ লগে লগে সামৰণি পৰিব বৰপেটা সত্রৰ চাৰিদিনীয়া দৌল মহোৎসৱৰ ৷ ইপিনে, গোন্ধযাত্রা উপলক্ষে পুৱাৰে পৰা উখল–মাখল হৈ পৰে বৰপেটা সত্রৰ চৌহদ৷ পুৱা স্থানীয় ৰাইজিং ক্লাবৰ উদ্যোগত বাটে বাটে হোলী শীর্ষক এখন আকর্ষণীয় হোলী গীত প্রতিযোগিতাও অনুষ্ঠিত হয়৷ অৱশ্যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে হোৱা ক’ভিড–১৯ ৰোগৰ প্রতি লক্ষ্য ৰাখি এইবাৰ হোলীৰ আনন্দ কিছু পৰিমাণে ম্লান পৰা পৰিলক্ষিত হৈছে ৷ # বৰপেটাৰ দৌল
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
কপি লিংক
ডিলিট
Embed
মই এই পোষ্টটো ৰিপৰ্ট কৰিব বিচাৰো কাৰণএইপোষ্টটো...
Embed Post