বিজেপী চৰকাৰৰ অন্তিমখন বাজেট
বিজেপী চৰকাৰৰ অন্তিমখন বাজেট - ASSAM BUDGET 2020 - 21 ASSAM BUDGET 2020 - 21 - ShareChat
বাজেটৰ পূৰ্বৰ দৃশ্য . . #বাজেট #বিজেপী চৰকাৰৰ অন্তিমখন বাজেট
নতুন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় ক'ত ? - নিয়মীয়া বাৰ্তা
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ শুকুৰবাৰে অসম বিধানসভাত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট দাখিল কৰে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ২০২০-২১ বিত্তীয় বৰ্ষত অসমৰ শিক্ষাব্যৱস্থাৰ ক্ষেত্ৰতো বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে কেতবোৰ নতুন আঁচনি । ২০২০-২১ বিত্তীয় বৰ্ষত ডিফু আৰু উত্তৰ লক্ষীমপুৰত দুখনকৈ চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম হৈ উঠিব । ধেমাজিত এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ো কাৰ্যক্ষম হৈ উঠিব । …
নতুন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় ক’ত ? # অসম বিধানসভা ২০২০
সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেটঃ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা দাখিল বিত্তমন্ত্ৰীৰ - নিয়মীয়া বাৰ্তা
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ শুকুৰবাৰে সোণোৱালৰ চৰকাৰ কাৰ্যকালৰ শেষৰখন ২০২০-২১ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । বিধানসভাত বাজেট দাখিলৰ আৰম্ভণিতে পাঁচটাকৈ বছৰ বিত্তমন্ত্ৰীৰূপে থাকি বাজেট দাখিল কৰিবলৈ দিয়া সুবিধাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ১৮খন ধ্বজাবাহী আঁচনিৰ বিষয়ে সদনত অৱগত কৰিবলৈ গৈ …
সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেটঃ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা দাখিল বিত্তমন্ত্ৰীৰ # অসম বিধানসভা ২০২০
বদলিৰ বাবে আবেদন কৰা শিক্ষকে খাব লাগিব জে’লৰ ভাত, আগৰ স্কুললৈ উভতিব লাগিব বদলি হোৱা টেট শিক্ষকসকল শিক্ষকৰ বদলিকৰণক লৈ বিধানসভাত গুৰুত্বপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। শিক্ষকৰ বদলিকৰণৰ বাবে আনিব বিশেষ বিধেয়ক৷ নিযুক্তি পোৱা বিদ্যালয়ত ১০ বছৰ সেৱা আগবঢ়োৱাতো বাধ্যতামূলক৷ তাৰ পিছতহে অনলাইনযোগে নিজ জিলালৈ বদলিৰ বাবে কৰিব পাৰিব আবেদন৷ তাৰ আগতে বদলিৰ বাবে আবেদন কৰা শিক্ষকক তিনিবছৰ সশ্ৰম কাৰাদণ্ডৰ ব্যৱস্থা কৰা হ’ব৷ যিয়ে তেনে শিক্ষকৰ বদলিত ৰিকমেণ্ড কৰিব তেনে লোকৰো হ'ব তিনি বছৰৰ সশ্ৰম কাৰাদণ্ড৷টেট শিক্ষকৰ যিসকলৰ বদলি হৈছে বিগত সময়ত, সেইসকল পুনৰ আগৰ বিদ্যালয়লৈ উভতি যাব লাগিব৷ কাৰো সহায়ত বদলিকৰণ নহয়৷ মানৱীয়তাৰ খাতিৰত যিসকলৰ বদলি হৈছিল, সেইসকলে প্ৰথমে আগৰ বিদ্যালয়ত যোগদান কৰি গঠন কৰা আয়োগৰ ওচৰত বদলিকৰণৰ কাৰণ দৰ্শাব লাগিব৷ সদনত জনালে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। # অসম বিধানসভা ২০২০
অধিক চাওক

Please install app to see this post.

Install ShareChat App
এইবাৰ বাজেটে মহিলাৰ বাবে বিশেষ সুবিধা কঢ়িয়াই আনিব বুলি আপুনি ভাৱেনে? #বাজেট ২০২০- আমাৰ আশা
বাজেট ২০২০- আমাৰ আশা - ShareChat
01:00 / 4709 Kb
#বাজেট ২০২০- আমাৰ আশা #🎦 মোৰ ভিডিঅ'
বাজেট ২০২০ - ShareChat
00:21 / 1272 Kb
#বাজেট ২০২০ #🎦 মোৰ ভিডিঅ' @Creator Academy Assamese
বাজেট ২০২০ - ShareChat
00:29 / 1872 Kb
#বাজেট ২০২০ #🎦 মোৰ ভিডিঅ' @Creator Academy Assamese
বাজেট ২০২০ - ShareChat
00:29 / 1845 Kb
#বাজেট ২০২০ #🎦 মোৰ ভিডিঅ'
বাজেট ২০২০ - ShareChat
00:58 / 4806 Kb
#বাজেট ২০২০ #🎦 মোৰ ভিডিঅ'
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
কপি লিংক
ডিলিট
Embed
মই এই পোষ্টটো ৰিপৰ্ট কৰিব বিচাৰো কাৰণএইপোষ্টটো...
Embed Post