আকৌ টিভিত শক্তিমান

আকৌ টিভিত শক্তিমান

128
425 পোষ্টবোৰ
3.5K চাওক
আকৌ টিভিত শক্তিমান
# আকৌ টিভিত শক্তিমান
Uol @alameskh # আকৌ টিভিত শক্তিমান
# আকৌ টিভিত শক্তিমান
# আকৌ টিভিত শক্তিমান
# আকৌ টিভিত শক্তিমান
# আকৌ টিভিত শক্তিমান
# আকৌ টিভিত শক্তিমান
GIF
# আকৌ টিভিত শক্তিমান
# আকৌ টিভিত শক্তিমান
এইবাৰ দূৰদৰ্শনত পুনৰ সম্প্ৰচাৰ কৰা হ’ব এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ‘শক্তিমান’।১ এপ্ৰিলৰ পৰা দিনৰ ১ বজাত প্ৰতিদিনে দৰ্শকে চাব পাৰিব শক্তিমান।কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে এই কথা।লকডাউনৰ সময়চোৱাত দেশবাসী ঘৰতে আৱদ্ধ হৈ থকাৰ পাছত লোৱা হৈছে এই সিদ্ধান্ত।উল্লেখ্য যে, ২৮ মাৰ্চ, ২০২০ৰ পৰা দূৰদৰ্শনত পুনৰ সম্প্ৰচাৰ আৰম্ভ হৈছে ‘ৰামায়ণ’ৰ।পুৱা ৯ বজাৰ পৰা ১০ বজালৈ এটা খণ্ড আৰু নিশা ৯ বজাৰ পৰা ১০ বজালৈ আনটো খণ্ড পুনৰ সম্প্ৰচাৰ কৰা হৈছে। # আকৌ টিভিত শক্তিমান