#

ব্ৰেকিং নিউজ

এইকেইদিন এটা গানক লৈ খুব চৰ্চা হৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই গান। ফুলনি মানে বাগিছা, বাগিছা মানে ফুলনি।  বিহু মঞ্চতো এই গানটো গাইছে জুবিনকে ধৰি বহু প্ৰতিষ্ঠিত শিল্পীয়ে। এইবাৰ এই সুৰ শুনা গৈছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱৰ মুখত। বিজেপি আৰু কংগ্ৰেছক আক্ৰমণ কৰিবলৈ গৈ সমাজৱাদী দলৰ নেতাজনে কলে- বিজেপি মানে কংগ্ৰেছ, কংগ্ৰেছ মানেই বিজেপি। যেন অসমত চলি থকা ফুলনি মানে বাগিছা, বাগিছা মানে ফুলনিকে অনুকৰণ কৰিলে উত্তৰ প্ৰদেশৰ নেতাগৰাকীয়ে। উল্লেখযোগ্য যে নেতাজনে কয়- কংগ্ৰেছ আৰু বিজেপিপ মাজত কোনো পাৰ্থক্য নাই। #ব্ৰেকিং নিউজ #🤪 বদমাচি #💁‍♂️ জি কে #📔 পত্ৰিকা #👨‍⚕️ ৰাজনীতি
611 চাওক
5 মাহৰ আগতে
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
কপি লিংক
ডিলিট
Embed
মই এই পোষ্টটো ৰিপৰ্ট কৰিব বিচাৰো কাৰণএইপোষ্টটো...
Embed Post