📝 পৰীক্ষাৰ আলোচনা
#

📝 মেট্ৰিক পৰীক্ষাৰ আলোচনা

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষত কোন কোন?হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা১ম স্থান - মেঘাশ্ৰী বৰা (৫৯৪), শংকৰদেৱ শিশু বিদ্যা নিকেতন, নাৰায়ণপুৰদ্বিতীয় স্থান - চিন্ময় হাজৰিকা (৫৯৩), ডনবস্ক’ হাইস্কুল, বাঘচোং, যোৰহাটদ্বিতীয় স্থান - প্ৰত্যাশা মেধি (৫৯৩), ছেইণ্ট মেৰিজ হাইস্কুল, গুৱাহাটীতৃতীয় স্থান - অনুশ্ৰী ভূঞা (৫৯১), ছেইণ্ট মেৰিজ হাইস্কুল, গুৱাহাটীচতুৰ্থ স্থান - কৃষ্টি শইকীয়া (৫৯০), ছেইণ্ট মেৰিজ হাইস্কুল, গুৱাহাটীপঞ্চম স্থান - ফাল্গুনী শৰ্মা (৫৮৯), ছেইণ্ট জন হায়াৰ ছেকেণ্ডাৰী স্কুল, বাক্সাপঞ্চম স্থান – লৱজ্যোতি দাস (৫৮৯), ডনবস্ক’ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৈৰাগীমঠ, ডিব্ৰুগড়পঞ্চম স্থান – উপাসা মুদৈ (৫৮৯), গোলাঘাট জাতীয় বিদ্যালয়পঞ্চম স্থান – তৌছিফ তমন্না ৰহমান (৫৮৯), ছেইণ্ট মেৰিজ হাইস্কুল, লখিমপুৰপঞ্চম স্থান – প্ৰিয়ংকা কলিতা (৫৮৯), অসম জাতীয় বিদ্যালয়, নুনমাটিষষ্ঠ স্থান – ৰাজশ্ৰী পাঠক (৫৮৮), বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ষষ্ঠ স্থান – অভীস্পা দাস (৫৮৮), বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ষষ্ঠ স্থান – ছাৰমিন হাছনাত (৫৮৮), চেন্ট্রেল গাৰ্লছ হাইস্কুল, গোৱালপাৰাষষ্ঠ স্থান – অনুৰাগ বৰ্মন (৫৮৮), উদয়ন শান্তি নিকেতন, বেজেৰাষষ্ঠ স্থান – প্ৰিয়ম কাশ্যপ (৫৮৮), পায়’নিয়াৰ একাডেমী, পুঠিমাৰীসপ্তম স্থান – অংকুৰৰাজ কাশ্যপ (৫৮৭), পুৰণিগুদাম আৰ কে বি উচ্চতৰ মাধমিক বিদ্যালয়, নগাঁওঅষ্টম স্থান – ইভান কাশ্যপ কলিতা (৫৮৬), ছেইণ্ট জন হায়াৰ ছেকেণ্ডাৰী স্কুল, বাক্সা অষ্টম স্থান – নিশিতা খাটনিয়াৰ (৫৮৬), বেবেজিয়া পি কে এছ উচ্চতৰ মাধ্যমিক বিদ্যালয় অষ্টম স্থান – ঈশান ভূঞা (৫৮৬), নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় অষ্টম স্থান – দেৱাশ্ৰী শইকীয়া (৫৮৬), গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউট নৱম স্থান – হিৰকজ্যোতি চৌধুৰী (৫৮৫), পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুল নৱম স্থান – জেফ্ৰিন আৰা আহমেদ (৫৮৫). হেপী চাইল্ড ইংলিছ স্কুল, ছিপাঝাৰ নৱম স্থান – ইৰফান হক (৫৮৫), খ্ৰীষ্টজ্যোতি স্কুল, নগাঁও নৱম স্থান – অৰ্চিতা দুৱৰা (৫৮৫), ছেইণ্ট জোছেফ হাইস্কুল, মৰাণহাট দশম স্থান – উদ্দীপ্ত কলিতা (৫৮৩), উত্তৰ বজালী হাইস্কুল দশম স্থান – অনিৰ্বাণ দত্ত (৫৮৩), বি এল বেৰিয়া সৰস্বতী শিশু মন্দিৰ, ডিব্ৰুগড় দশম স্থান – বিতোপন কলিতা (৫৮৩), অৰুণোদয় ইংলিছ মিডিয়াম হাইস্কুল, মিৰ্জা দশম স্থান – শাগ্নিক বণিক (৫৮৩), ডনবস্ক’ হাইস্কুল, হোজাই দশম স্থান – দ্বীপজ্যোতি শৰ্মা,(৫৮৩), শংকৰদেৱ বিদ্যা নিকেতন, টিহু
9.4k চাওক
8 মাহৰ আগতে
অন্য এপছত শ্বেয়াৰ কৰক
Facebook
WhatsApp
কপি লিংক
ডিলিট
Embed
মই এই পোষ্টটো ৰিপৰ্ট কৰিব বিচাৰো কাৰণএইপোষ্টটো...
Embed Post