কাৰেন্ট এফেয়াৰ্চ

কাৰেন্ট এফেয়াৰ্চ

#

কাৰেন্ট এফেয়াৰ্চ

🕐২০০০ বৰ্ষৰ আজিৰ দিনটোতে শিৱসাগৰৰ বিহুবৰত সন্দেহযুক্ত আলফাৰ দ্বাৰা ৭জন লোকক গুলিয়াই হত্যা কৰা হৈছিল ৷ 🕑ছৈয়দ মহম্মদ চাদুল্লা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হয় ১৯৩৯ চনৰ আজিৰ দিনটোতে। তেওঁ ১৯৪১ চনৰ ২৪ ডিচেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰে । 🕒১৫২৫ খ্ৰীষ্টৰ আজিৰ দিনটোতে বাবৰে ভাৰত আক্ৰমণ অভিযান আৰম্ভ কৰিছিল। সিন্ধু প্ৰদেশেদি এই অভিযান চলাইছিল আৰু এয়া বাবৰৰ ভাৰত আক্ৰমণৰ পঞ্চম আভিযান আছিল। 🕓আজিৰ দিনটোতে ১৮৫৭ চনত চিপাহী বিদ্ৰোহীসকলৰ হাতৰপৰা ইংৰাজসকলে লক্ষ্নৌ দখল কৰে । 🕔স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ মৃত্যু হয় ১৯২৮ চনৰ আজিৰ দিনটোতে। তৃতীয় আৰু অন্তিমখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয় 🕕১৯৩২ চনৰ আজিৰ দিনটোতে। উল্লেখ্য যে এই মেজমেল খন অনুষ্ঠিত হয় ১৪ ডিচেম্বৰলৈ। আজিৰ দিনটোতে ১৯১৯ চনত দক্ষিণ আফ্ৰিকাত বহুদলীয় গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। 🕖কুইন এলিজাবেথ ইংলেণ্ডৰ ৰাণী হয় ১৫৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে। 🕗আজি আন্তঃৰাষ্টীয় ছাত্ৰ-ছাত্ৰী দিৱস । সংগ্ৰহ - #অসমীয়া_যুৱা
877 views
1 months ago
#

কাৰেন্ট এফেয়াৰ্চ

🎯🎯🎯 💥 হেলমেটবিহীন বাইক চালন👉🏿 জৰিমনা ৫০০/- টকা❗ 💥 ন’ পাৰ্কিং জ’নত পাৰ্কিং👉🏿জৰিমনা ৩০০/- টকা❗ 💥 ন’ এণ্ট্ৰীত বাহনৰ প্ৰবেশ👉🏿জৰিমনা ৫০০/- টকা❗ 💥 চালকৰ আসনত তিনিজনৰ বহন👉🏿জৰিমনা ২০০০/- টকা❗ 💥 প্ৰদূষণমুক্ত প্ৰমাণপত্ৰবিহীন বাহন চালনা👉🏿জৰিমনা ১০০০/- টকা❗ 💥 প্লাষ্টিকৰ ব্যৱহাৰ👉🏿জৰিমনা ৫০০০/- টকা‼‼ 🀄 পথৰ মাজত গাঁত👉🏿কোনো দায়বদ্ধ নহয়⚠ 🀄 নিষ্ক্ৰিয় চিগনেল লাইট👉🏿কোনো দায়বদ্ধ নহয়⚠ 🀄 বিধ্বস্ত পথ মেৰামতিহীন👉🏿কোনো দায়বদ্ধ নহয়⚠ 🀄 পথৰ ওপৰত ৰাজনৈতিক দলৰ বেনাৰ-হ’ৰ্ডিং-প’ষ্টাৰ👉🏿কোনো দায়বদ্ধ নহয়⚠ 🀄 বেদখলীকৃত পদপথ👉🏿কোনো দায়বদ্ধ নহয়⚠ 🀄 ষ্ট্ৰীটলাইট নজ্বলে👉🏿কোনো দায়বদ্ধ নহয়⚠ 🀄 ডাষ্টবিনৰ বাহিৰতহে জাবৰৰ দ’ম👉🏿কোনো দায়বদ্ধ নহয়⚠⚠ ✔কেৱল কৰদাতা জনসাধাৰণহে জগৰীয়া আৰু জৰিমনা দিবলৈ বাধ্য⁉ ✔প্ৰশাসন তথা চৰকাৰ কোনোদিশৰ পৰাই দায়বদ্ধ নহয়❗ কোনো বিধি আৰু নিয়মেই তেওঁলোকৰ ক্ষেত্ৰত প্ৰয়োগ নহয়❗কোনো সমস্যাৰ বাবেই তেওঁলোক দায়বদ্ধ আৰু জগৰীয়া নহয়‼ একমাত্ৰ নাগৰিকেহে কাম কৰিব লাগিব আৰু ভুগিব লাগিব; কৰ পৰিশোধ কৰাৰ লগতে জৰিমনাও ভৰি ৰাজকোষ টনকিয়াল কৰিব লাগিব নাগৰিকে ‼ এক কথাত---- *জনসাধাৰণৰ ত্যাগ . . . . . তেওঁলোকৰ উপভোগ*⚠⚠ ⤴⤴ এই স্থিতাৱস্থাৰ সলনি হ’ব লাগিব❗আৰু, এয়া সম্ভৱ হ’ব *কেৱল* জনসাধাৰণ সজাগ হৈ _জিভা লৰালেহে_‼ _প্ৰশাসনিক ব্যৱস্থাটোক সুউন্নত আৰু নিয়ন্ত্ৰণ কৰিবপৰাকৈ আইন প্ৰস্তুতৰ বাবে চৰকাৰক বাধ্য কৰাব পাৰিলেহে নাগৰিকৰ প্ৰকৃত অধিকাৰ সাব্যস্তকৰণ সম্ভৱ হ’ব_‼ _পক্ষপাতিত্বহীনভাৱে *সকলো* দোষীৰে শাস্তিৰ ব্যৱস্থা হওক_‼ ▪পৰ্যাপ্তৰূপত এইবাৰ্তা বিয়পাই দিয়ক▪(✍🏼হিভ)
4.1k views
5 months ago
No more posts
ShareChat Install Now
ShareChat - Best & Only Indian Social Network - Download Now
Share on other apps
Facebook
WhatsApp
Copy Link
Delete
Embed
I want to report this post because this post is...
Embed Post